BootInfoWidget
এইটো চিছটেমৰ <strong>বুট পৰিবেশ</strong>।<br><br>পুৰণি x86 চিছটেমবোৰে কেৱল <strong>BIOSক</strong>সমৰ্থন কৰে।<br>আধুনিক চিছটেমে সাধাৰণতে<strong>EFI</strong> ব্যৱহাৰ কৰে, কিন্তু সামঞ্জস্যতা মোডত আৰম্ভ হ'লে BIOS দেখাব পাৰে।
চিছটেমটো <strong>EFI</strong> বুট পৰিবেশত আৰম্ভ হৈছিল।<br><br>EFI পৰিবেশৰ পৰা স্টাৰ্তআপ কন্ফিগাৰ কৰিবলৈ ইনস্তলাৰটোৱে <strong>GRUBৰ</strong> দৰে বুট লোডাৰ বা এখন <strong>EFI চিছ্টেম বিভাজনত</strong> <strong>systemd-boot</strong> প্ৰয়োগ কৰিব লাগিব। এইটো প্ৰক্ৰিযা স্বত: স্ফুৰ্ত ভাবে হ'ব যদিহে আপুনি নিজে মেনুৱেল বিভজন চয়ন নকৰে, য'ত আপুনি নিজে এখন EFI বিভাজন বনাব লাগিব।
চিছটেমটো <strong>BIOS</strong> বুট পৰিবেশত আৰম্ভ হৈছিল।<br><br>BIOS পৰিবেশ এটাৰ পৰা স্টাৰ্তআপ কন্ফিগাৰ কৰিবলৈ ইনস্তলাৰটোৱে <strong>GRUBৰ</strong> দৰে বুট লোডাৰ ইনস্তল কৰিব লাগিব বিভাজনৰ আৰম্ভনিতে বা বিভাজন তালিকাৰ আৰম্ভনিৰ কাষৰ <strong>প্ৰধান বুত্ নথিত</strong> (অগ্ৰাধিকাৰ ভিত্তিত)। এইটো প্ৰক্ৰিযা স্বত: স্ফুৰ্ত ভাবে হ'ব যদিহে আপুনি নিজে মেনুৱেল বিভজন চয়ন নকৰে, য'ত আপুনি নিজে বুত্ লোডাৰ চেত্ আপ কৰিব লাগিব।
BootLoaderModel
%1ৰ প্ৰধান বুত্ নথি
বুত্ বিভাজন
চিছ্তেম বিভাজন
বুত্ লোডাৰ ইনস্তল কৰিব নালাগে
%1 (%2)
Calamares::BlankViewStep
খালি পৃষ্ঠা
Calamares::DebugWindow
ৰূপ
গোলকীয় স্টোৰেজ
কার্য্য লানি
মডিউলবোৰ
প্ৰকাৰ:
একো নাই
ইন্টাৰফেচ:
সঁজুলি
স্টাইলছীট পুনৰ লোড্ কৰক
ৱিজেত্ ত্ৰি
ডিবাগ তথ্য
Calamares::ExecutionViewStep
চেত্ আপ
ইনস্তল
Calamares::FailJob
কার্য্য বিফল হল (%1)
প্ৰগ্ৰেম কৰা কাৰ্য্যৰ বিফলতা স্পষ্টভাবে অনুৰোধ কৰা হৈছিল।
Calamares::JobThread
হৈ গ'ল
Calamares::NamedJob
উদাহৰণ কার্য্য (%1)
Calamares::ProcessJob
গন্তব্য চিছটেমত '%1' কমাণ্ড চলাওক।
'%1' কমাণ্ড চলাওক।
%1%2 কমাণ্ড চলি আছে
Calamares::PythonJob
%1 কাৰ্য চলি আছে।
বেয়া কৰ্মৰত ডাইৰেক্টৰী পথ
%2 পাইথন কাৰ্য্যৰ %1 কৰ্মৰত ডাইৰেক্টৰী পঢ়িব নোৱাৰি।
বেয়া মুখ্য লিপি ফাইল
%2 পাইথন কাৰ্য্যৰ %1 মূখ্য লিপি ফাইল পঢ়িব নোৱাৰি।
"%1" কাৰ্য্যত Boost.Python ত্ৰুটি।
Calamares::RequirementsChecker
Waiting for %n module(s).
%n মডিউল(বোৰ)ৰ বাবে অপেক্ষাৰত।
(%n second(s))
(%n ছেকেণ্ড)
চিছ্তেমৰ বাবে প্রয়োজনীয় পৰীক্ষণ সম্পূর্ণ হ'ল।
Calamares::ViewManager
পাছলৈ (&B)
পৰবর্তী (&N)
বাতিল কৰক (&C)
চিছ্তেম সলনি নকৰাকৈ চেত্ আপ বাতিল কৰক।
চিছ্তেম সলনি নকৰাকৈ ইনস্তলেচন বাতিল কৰক।
চেত্ আপ বিফল হ'ল
আপুনি ৱেবত ইণ্স্টল ল'গ পেস্ট কৰিব বিচাৰে নেকি?
ইনস্তল ল'গ পেস্ট URL
আপলোড বিফল হৈছিল। কোনো ৱেব-পেস্ট কৰা হোৱা নাছিল।
কেলামাৰেচৰ আৰম্ভণি বিফল হ'ল
%1 ইনস্তল কৰিব পৰা নগ'ল। কেলামাৰেচে সকলোবোৰ সংৰূপ দিয়া মডিউল লোড্ কৰাত সফল নহ'ল। এইটো এটা আপোনাৰ ডিষ্ট্ৰিবিউচনে কি ধৰণে কেলামাৰেচ ব্যৱহাৰ কৰিছে, সেই সম্বন্ধীয় সমস্যা।
<br/>নিম্নোক্ত মডিউলবোৰ লোড্ কৰিৱ পৰা নগ'ল:
ইন্স্তলেচন অব্যাহত ৰাখিব?
%1 চেত্ আপ প্ৰগ্ৰেমটোৱে %2 চেত্ আপ কৰিবলৈ আপোনাৰ ডিস্কত সালসলনি কৰিব।<br/><strong>আপুনি এইবোৰ পিছত পূৰ্বলৈ সলনি কৰিব নোৱাৰিব।</strong>
এতিয়া চেত্ আপ কৰক (&S)
চেত্ আপ কৰক (&S)
ইনস্তল (&I)
চেত্ আপ সম্পূৰ্ণ হ'ল। প্ৰোগ্ৰেম বন্ধ কৰক।
চেত্ আপ বাতিল কৰিব?
ইনস্তলেছন বাতিল কৰিব?
সচাকৈয়ে চলিত চেত্ আপ প্ৰক্ৰিয়া বাতিল কৰিব বিচাৰে নেকি?
চেত্ আপ প্ৰোগ্ৰেম বন্ধ হ'ব আৰু গোটেই সলনিবোৰ নোহোৱা হৈ যাব।
সচাকৈয়ে চলিত ইনস্তল প্ৰক্ৰিয়া বাতিল কৰিব বিচাৰে নেকি?
ইনস্তলাৰ বন্ধ হ'ব আৰু গোটেই সলনিবোৰ নোহোৱা হৈ যাব।
হয় (&Y)
নহয় (&N)
বন্ধ (&C)
চেত্ আপ অব্যাহত ৰাখিব?
%1 ইনস্তলাৰটোৱে %2 ইনস্তল কৰিবলৈ আপোনাৰ ডিস্কত সালসলনি কৰিব।<br/><strong>আপুনি এইবোৰ পিছত পূৰ্বলৈ সলনি কৰিব নোৱাৰিব।</strong>
এতিয়া ইনস্তল কৰক (&I)
উভতি যাওক (&b)
হৈ গ'ল (&D)
ইনস্তলেচন সম্পূৰ্ণ হ'ল। ইন্স্তলাৰ বন্ধ কৰক।
ত্ৰুটি
ইনস্তলেচন বিফল হ'ল
CalamaresPython::Helper
অপৰিচিত প্ৰকাৰৰ ব্যতিক্রম
অপ্ৰাপ্য পাইথন ত্ৰুটি
অপ্ৰাপ্য পাইথন ত্ৰেচবেক
ঢুকি নোপোৱা পাইথন ক্ৰুটি।
CalamaresUtils
ইনস্তল ল'গ পোস্ট কৰা হৈছে:
%1
CalamaresWindow
%1 চেত্ আপ প্ৰোগ্ৰেম
%1 ইনস্তলাৰ
দিবাগ তথ্য দেখাওক
CheckerContainer
চিছ্তেম তথ্য সংগ্ৰহ কৰা হৈ আছে...
ChoicePage
ৰূপ
পিছত:
<strong>মেনুৱেল বিভাজন</strong><br/>আপুনি নিজে বিভাজন বনাব বা বিভজনৰ আয়তন সলনি কৰিব পাৰে।
বুত্ লোডাৰৰ অৱস্থান:
স্তোৰেজ ডিভাইচ চয়ণ কৰক (&v):
বর্তমান:
%1ক %2ৰ গৃহ বিভাজন হিচাপে পুনৰ ব্যৱহাৰ কৰক।
<strong>আয়তন সলনি কৰিবলৈ বিভাজন বাচনি কৰক, তাৰ পিছত তলৰ "বাৰ্" ডালৰ সহায়ত আয়তন চেত্ কৰক</strong>
%1 বিভজনক সৰু কৰি %2MiB কৰা হ'ব আৰু %4ৰ বাবে %3MiBৰ নতুন বিভজন বনোৱা হ'ব।
<strong>ইনস্তল কৰিবলৈ এখন বিভাজন চয়ন কৰক</strong>
এই চিছটেমত এখনো EFI চিছটেম বিভাজন কতো পোৱা নগ'ল। অনুগ্ৰহ কৰি উভতি যাওক আৰু মেনুৱেল বিভাজন প্ৰক্ৰিয়া দ্বাৰা %1 চেত্ আপ কৰক।
%1ত থকা EFI চিছটেম বিভাজনটো %2ক আৰম্ভ কৰাৰ বাবে ব্যৱহাৰ কৰা হ'ব।
EFI চিছ্টেম বিভাজন:
এইটো ষ্টোৰেজ ডিভাইচত কোনো অপাৰেটিং চিছটেম নাই যেন লাগে। আপুনি কি কৰিব বিচাৰে?<br/>আপুনি ষ্টোৰেজ ডিভাইচটোত কিবা সলনি কৰাৰ আগতে পুনৰীক্ষণ আৰু চয়ন নিশ্চিত কৰিব পাৰিব।
<strong>ডিস্কত থকা গোটেই ডাটা আতৰাওক।</strong><br/> ইয়াৰ দ্ৱাৰা স্টোৰেজ ডিভাইছত বৰ্তমান থকা সকলো ডাটা <font color="red">বিলোপ</font> কৰা হ'ব।
এইটো স্টোৰেজ ডিভাইচত %1 আছে। <br/> আপুনি কি কৰিব বিচাৰে? স্টোৰেজ ডিভাইচটোত যিকোনো সলনি কৰাৰ আগত আপুনি পুনৰীক্ষণ আৰু সলনি কৰিব পাৰিব।
কোনো স্ৱেপ নাই
স্ৱেপ পুনৰ ব্যৱহাৰ কৰক
স্ৱেপ (হাইবাৰনেট নোহোৱাকৈ)
স্ৱোআপ (হাইবাৰনেটৰ সৈতে)
ফাইললৈ স্ৱোআপ কৰক।
<strong>সমান্তৰালভাৱে ইনস্তল কৰক</strong><br/> ইনস্তলাৰটোৱে %1ক ইনস্তল কৰাৰ বাবে এখন বিভাজন সৰু কৰি দিব।
<strong>বিভাজন সলনি কৰক</strong> <br/>এখন বিভাজনক % ৰ্ সৈতে সলনি কৰক।
এইটো স্টোৰেজ ডিভাইচত ইতিমধ্যে এটা অপাৰেটিন্গ্ চিছটেম আছে। আপুনি কি কৰিব বিচাৰে? <br/>স্টোৰেজ ডিভাইচটোত যিকোনো সলনি কৰাৰ আগত আপুনি পুনৰীক্ষণ আৰু সলনি কৰিব পাৰিব।
এইটো স্টোৰেজ ডিভাইচত একাধিক এটা অপাৰেটিন্গ্ চিছটেম আছে। আপুনি কি কৰিব বিচাৰে? 1স্টোৰেজ ডিভাইচটোত যিকোনো সলনি কৰাৰ আগত আপুনি পুনৰীক্ষণ আৰু সলনি কৰিব পাৰিব।
ClearMountsJob
%1ত বিভাজন কৰ্য্যৰ বাবে মাউণ্ট্ আতৰাওক
%1ত বিভাজন কৰ্য্যৰ বাবে মাউণ্ট্ আতৰ কৰি আছে।
%1ৰ গোটেই মাউন্ত আতৰোৱা হ'ল
ClearTempMountsJob
গোটেই অস্থায়ী মাউন্ত আঁতৰাওক।
গোটেই অস্থায়ী মাউন্ত আঁতৰোৱা হৈ আছে।
অস্থায়ী মাউন্তৰ সূচী পোৱা নগ'ল।
গোটেই অস্থায়ী মাউন্ত আঁতৰোৱা হ'ল।
CommandList
কমাণ্ড চলাব পৰা নগ'ল।
কমান্ডটো হ'স্ট পৰিৱেশত চলে আৰু তাৰ বাবে ৰুট পথ জানাটো আৱশ্যক, কিন্তু rootMountPointৰ বিষয়ে একো উল্লেখ নাই।
কমান্ডটোৱে ব্যৱহাৰকাৰীৰ নাম জনাটো আৱশ্যক, কিন্তু কোনো ব্যৱহাৰকাৰীৰ নাম উল্লেখ নাই।
ContextualProcessJob
প্রাসঙ্গিক প্ৰক্ৰিয়াবোৰৰ কাৰ্য্য
CreatePartitionDialog
এখন বিভাজন বনাওক
MiB
বিভাজনৰ প্ৰকাৰ (&T):
মুখ্য (&P)
সম্প্ৰসাৰিত (&x)
ফাইল চিছ্টেম (&l):
LVM LV নাম
ফ্লেগ সমূহ:
মাউন্ট পইন্ট (&M):
আয়তন (&z):
এন্ক্ৰিপ্ত্ (&c)
যুক্তিসম্মত
মূখ্য
GPT
এইটো মাওন্ট্ পইন্ট্ ইতিমধ্যে ব্যৱহাৰ হৈ আছে। অনুগ্ৰহ কৰি বেলেগ এটা বাচনি কৰক।
CreatePartitionJob
%1 ফাইল চিছটেমৰ সৈতে %4 (%3) ত %2MiBৰ নতুন বিভাজন বনাওক।
<strong>%4</strong>ত নতুন (%3) <strong>%1</strong> ফাইল চিছটেমৰ <strong>%2MiB</strong> বিভাজন কৰক।
%2ত নতুন %1 বিভজন বনাই আছে।
'%1' ডিস্কত নতুন বিভাজন বনোৱাত ইনস্তলাৰটো বিফল হ'ল।
CreatePartitionTableDialog
বিভাজন তালিকা বনাওক
নতুন বিভাজন তালিকা বনালে ডিস্কত জমা থকা গোটেই ডাটা বিলোপ হৈ যাব।
আপুনি কেনেকুৱা ধৰণৰ বিভাজন তালিকা বনাব বিচাৰিছে?
প্ৰধান বুট্ নথি (MBR)
GUID বিভাজন তালিকা (GPT)
CreatePartitionTableJob
%2ত নতুন %1 বিভাজন তালিকা বনাওক।
<strong>%2</strong> (%3)ত নতুন <strong>%1</strong> বিভাজন তালিকা বনাওক।
%2ত নতুন %1 বিভাজন তালিকা বনোৱা হৈ আছে।
ইন্স্তলাৰটো %1ত বিভাজন তালিকা বনোৱাত বিফল হ'ল।
CreateUserJob
%1 ব্যৱহাৰকৰ্তা বনাওক
<strong>%1</strong> ব্যৱহাৰকৰ্তা বনাওক।
%1 ব্যৱহাৰকৰ্তা বনোৱা হৈ আছে।
Sudoers ডিৰেক্টৰি লিখনযোগ্য নহয়।
লিখাৰ বাবে sudoers ফাইল বনাব নোৱাৰি।
sudoers ফাইলত chmod কৰিব নোৱাৰি।
পঢ়াৰ বাবে গ্ৰুপবোৰৰ ফাইল খুলিব নোৱাৰি।
CreateVolumeGroupDialog
ভলিউম্ গোট বনাওক
CreateVolumeGroupJob
%1 নামৰ নতুন ভলিউম্ গোট বনাওক।
<strong>%1</strong> নামৰ নতুন ভলিউম্ গোট বনাওক।
%1 নামৰ নতুন ভলিউম্ গোট বনোৱা হৈ আছে।
ইন্স্তলাৰটোৱে '%1' নামৰ নতুন ভলিউম্ গোট বনোৱাত বিফল হৈছে।
DeactivateVolumeGroupJob
%1 নামৰ ভলিউম্ গোট নিস্ক্ৰিয় কৰক।
<strong>%1</strong> নামৰ ভলিউম্ গোট নিস্ক্ৰিয় কৰক।
ইনস্তলাৰটো %1 নামৰ ভলিউম্ গোট নিস্ক্ৰিয় কৰাত বিফল হ'ল।
DeletePartitionJob
%1 বিভাজন বিলোপ কৰক।
<strong>%1</strong> বিভাজন বিলোপ কৰক।
%1 বিভাজন বিলোপ কৰা হৈ আছে।
ইনস্তলাৰটো %1 বিভাজন বিলোপ কৰাত বিফল হ'ল।
DeviceInfoWidget
বাচনি কৰা ডিভাইচৰ বিভাজন তালিকাৰ প্ৰকাৰ। বিভাজন তালিকা বিলোপ কৰি আকৌ আৰম্ভনিৰ পৰা বনাইহে বিভাজন তালিকাৰ প্ৰকাৰ সলনি কৰিব পাৰি, যিয়ে ডিভাইচত থকা গোটেই ডাটা বিলোপ কৰিব। যদি আপুনি বেলেগ একো বাচনি নকৰে, ইনস্তলাৰটোৱে বৰ্তমানৰ বিভাজন তালিকা প্ৰয়োগ কৰিব। যদি আপুনি নিশ্চিত নহয়, আধুনিক চিছটেমত GPT বাচনি কৰক।
এইটো ডিভাইচত এখন <strong>%1</strong> বিভাজন তালিকা আছে।
এইটো এটা <strong>লুপ</strong> ডিভাইচ। <br><br>এইটো স্য়ুড্' ডিভাইচত কোনো বিভাজন তালিকা নাই যিয়ে ফাইলক ব্লোক ডিভাইচ ৰূপে ব্যৱহাৰ কৰিব পাৰা কৰিব। এইধৰণৰ চেত্ আপত সাধাৰণতে একক ফাইল চিছটেম থাকে।
ইনস্তলাৰটোৱে বচনি কৰা ডিভাইচত বিভাজন তালিকা বিচাৰি নাপলে। ডিভাইচটোত কোনো বিভাজন তালিকা নাই বা বিভাজন তালিকা বেয়া বা অগ্যাত প্ৰকাৰ। এই ইনস্তলাৰটোৱে আপোনাৰ বাবে নতুন বিভাজন তালিকা স্বত:ভাৱে বনাব পাৰে বা মেন্যুৱেল বিভাজন পেজৰ দ্বাৰা বনাব পাৰে।
<br><br><strong>EFI</strong> বুট পৰিবেশত আৰম্ভ হোৱা আধুনিক চিছটেমবোৰৰ কাৰণে এইটো পৰমৰ্শ কৰা বিভাজন তালিকা।
<br><br>এইটো বিভাজন তালিকা কেৱল <strong>BIOS</strong> বুট পৰিৱেশৰ পৰা আৰম্ভ হোৱা পুৰণি চিছটেমৰ বাবে গ্ৰহণ কৰা হয়। বাকী সকলোবোৰৰ বাবে GPT উপযুক্ত।<br><br><strong>সতৰ্কবাণী:</strong> MBR বিভাজন তালিকা পুৰণি MS-DOS ৰ যুগৰ পদ্ধতি। <br>ইয়াত কেৱল 4 <em>মূখ্য</em> বিভাজন বনাব পাৰি, ইয়াৰ পৰা এটা <em>প্ৰসাৰণ</em> কৰিব পাৰি আৰু ইযাৰ ভিতৰত <em>logical</em> বিভাজন ৰাখিব পাৰি।
DeviceModel
device[name] - size[number] (device-node[name])
%1 - %2 (%3)
device[name] - (device-node[name])
%1 - (%2)
DracutLuksCfgJob
Dracutৰ বাবে %1ৰ LUKS কন্ফিগাৰেশ্বন লিখক
Dracutৰ বাবে %1ৰ LUKS কন্ফিগাৰেশ্বন লিখা বন্ধ কৰক: "/" বিভাজন এনক্ৰিপ্ত নহয়
%1 খোলাত বিফল হ'ল
DummyCppJob
ডামী সী++ কাৰ্য্য
EditExistingPartitionDialog
উপলব্ধ বিভাজন সম্পাদন কৰক
সামগ্ৰী:
ৰাখক (&K)
ফৰ্মেট
সকিয়নি: বিভাজনটো ফৰমেট কৰিলে উপস্থিত থকা গোটেই ডাটা বিলোপ হ'ব।
মাউন্ট পইন্ট (&M):
আকাৰ (&z):
MiB
ফাইল চিছটেম:
ফ্লেগ সমুহ:
এইটো মাওন্ট্ পইন্ট্ ইতিমধ্যে ব্যৱহাৰ হৈ আছে। অনুগ্ৰহ কৰি বেলেগ এটা বাচনি কৰক।
EncryptWidget
ৰূপ
চিছটেম এন্ক্ৰিপ্ত্ কৰক (&E)
পাছফ্ৰেছ
পাছফ্ৰেছ নিশ্ৱিত কৰক
অনুগ্ৰহ কৰি দুয়োটা বাকচত একে পাছফ্ৰেছ প্রবিষ্ট কৰক।
FillGlobalStorageJob
বিভাজন তথ্য ছেট কৰক
<strong>নতুন</strong> %2 চিছটেম বিভাজনত %1 ইনস্তল কৰক।
<strong>%1</strong> মাউন্ট পইন্টৰ সৈতে <strong>নতুন</strong> %2 বিভজন স্থাপন কৰক।
%3 চিছটেম বিভাজনত <strong>%1</strong>ত %2 ইনস্তল কৰক।
%3 বিভাজন <strong>%1</strong> <strong>%2</strong>ৰ সৈতে স্থাপন কৰক।
<strong>1%ত</strong> বুত্ লোডাৰ ইনস্তল কৰক।
মাউন্ট পইন্ট চেত্ আপ কৰি আছে।
FinishedPage
ৰূপ
<Restart checkbox tooltip>
পুনৰাৰম্ভ কৰক (&R)
<h1>সকলো কৰা হ'ল।</h1> <br/>আপোনাৰ কম্পিউটাৰত %1 স্থাপন কৰা হ'ল। <br/>আপুনি এতিয়া নতুন চিছটেম ব্যৱহাৰ কৰা আৰম্ভ কৰিব পাৰিব।
<html><head/><body><p>এইটো বিকল্পত ক্লিক কৰাৰ লগে লগে আপোনাৰ চিছটেম পুনৰাৰম্ভ হ'ব যেতিয়া আপুনি <span style="font-style:italic;">হৈ গ'ল</span>ত ক্লিক কৰে বা চেত্ আপ প্ৰগ্ৰেম বন্ধ কৰে।</p></body></html>
<h1>সকলো কৰা হ'ল।</h1> আপোনাৰ কম্পিউটাৰত %1 ইনস্তল কৰা হ'ল। <br/>আপুনি এতিয়া নতুন চিছটেম পুনৰাৰম্ভ কৰিব পাৰিব অথবা %2 লাইভ বাতাৱৰণ ব্যৱহাৰ কৰা অবিৰত ৰাখিব পাৰে।
<html><head/><body><p>এইটো বিকল্পত ক্লিক কৰাৰ লগে লগে আপোনাৰ চিছটেম পুনৰাৰম্ভ হ'ব যেতিয়া আপুনি <span style="font-style:italic;">হৈ গ'ল</span>ত ক্লিক কৰে বা ইনস্তলাৰ বন্ধ কৰে।</p></body></html>
<h1>স্থাপন প্ৰক্ৰিয়া বিফল হ'ল।</h1> <br/>আপোনাৰ কম্পিউটাৰত %1 স্থাপন নহ'ল্। <br/>ক্ৰুটি বাৰ্তা আছিল: %2।
<h1>ইনস্তলচেন প্ৰক্ৰিয়া বিফল হ'ল।</h1> <br/>আপোনাৰ কম্পিউটাৰত %1 ইনস্তল নহ'ল্। <br/>ক্ৰুটি বাৰ্তা আছিল: %2।
FinishedViewStep
সমাপ্ত
চেত্ আপ সম্পুৰ্ণ হৈছে
ইনস্তলচেন সম্পুৰ্ণ হ'ল
%1ৰ চেত্ আপ সম্পুৰ্ণ হৈছে।
%1ৰ ইনস্তলচেন সম্পুৰ্ণ হ'ল।
FormatPartitionJob
%4ত ফৰমেট বিভাজন %1 ( ফাইল চিছটেম: %2, আয়তন: %3 MiB)
<strong>%3MiB</strong> ৰ <strong>%1 %</strong> বিভাজন <strong>%2</strong> ফাইল চিছটেমৰ সৈতে ফৰমেট কৰক।
%1 ফৰমেট বিভাজনৰ সৈতে %2 ফাইল চিছটেম।
ইনস্তলাৰটো '%2' ডিস্কত %1 বিভাজন ফৰমেট কৰাত বিফল হ'ল।
GeneralRequirements
অতি কমেও %1 GiB খালী ঠাই ড্ৰাইভত উপলব্ধ আছে
ড্ৰাইভত পৰ্য্যাপ্ত খালী ঠাই নাই। অতি কমেও %1 GiB আৱশ্যক।
অতি কমেও %1 GiB কাৰ্য্যকৰি মেম'ৰি আছে
চিছটেমত পৰ্য্যাপ্ত কাৰ্য্যকৰি মেম'ৰী নাই। অতি কমেও %1 GiB আৱশ্যক।
পাৱাৰৰ উৎসৰ লগত সংযোগ হৈ আছে।
চিছটেম পাৱাৰৰ উৎসৰ লগত সংযোগ হৈ থকা নাই।
ইন্টাৰনেটৰ সৈতে সংযোগ হৈছে
চিছটেমটো ইন্টাৰনেটৰ সৈতে সংযোগ হৈ থকা নাই।
ইনস্তলাৰটো প্ৰসাশনক (ৰুট) হিছাবে চলি আছে নেকি
চেত্ আপ প্ৰগ্ৰেমটো প্ৰসাশনীয় অধিকাৰৰ সৈতে চলি থকা নাই।
ইনস্তলাৰটো প্ৰসাশনীয় অধিকাৰৰ সৈতে চলি থকা নাই।
সম্পূৰ্ণ ইনস্তলাৰটো দেখাবলৈ প্ৰয়োজনীয় ডাঙৰ স্ক্ৰীণ আছে নেকি?
চেত্ আপ প্ৰগ্ৰেমটো প্ৰদৰ্শন কৰিবলৈ স্ক্ৰিনখনৰ আয়তন যথেস্ট সৰু।
ইনস্তলাৰটো প্ৰদৰ্শন কৰিবলৈ স্ক্ৰিনখনৰ আয়তন যথেস্ট সৰু।
HostInfoJob
আপোনাৰ মেছিনৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে।
IDJob
মূল ঊপকৰণ নিৰ্মাতা গোট চিনক্তকাৰী
<code>%1</code> ডিৰেক্টৰীবোৰ বনাব পৰা নাই।
<code>%1</code> ফাইল খুলিব পৰা নাই।
<code>%1</code> ফাইলত লিখিব পৰা নাই।
InitcpioJob
mkinitcpioৰ দ্বাৰা initramfs বনাই থকা হৈছে।
InitramfsJob
initramfs বনাই থকা হৈছে।
InteractiveTerminalPage
কনচোল্ ইন্সটল কৰা নাই
অনুগ্ৰহ কৰি কেডিই কনচোল্ ইন্সটল কৰক আৰু পুনৰ চেষ্টা কৰক!
নিস্পাদিত লিপি: <code>%1</code>
InteractiveTerminalViewStep
লিপি
KeyboardPage
কিবোৰ্ডৰ মডেল %1ত চেট্ কৰক।<br/>
কিবোৰ্ডৰ লেআউট %1/%2 চেট্ কৰক।
KeyboardViewStep
কিবোৰ্ড
LCLocaleDialog
চিছ্টেমৰ থলি ছেটিং
চিছটেমৰ স্থানীয় ছেটিংস্ কমান্ডলাইনৰ কিছুমান উপভোক্তা ইন্টাৰফেছ উপাদানৰ ভাষা আৰু আখৰবোৰত প্ৰভাৱ পেলায়। বৰ্তমান ছেটিংস্ হ'ল: <strong>%1</strong>।
বাতিল কৰক (&C)
ঠিক আছে (&O)
LicensePage
ৰূপ
<h1>অনুজ্ঞা-পত্ৰ চুক্তি</h1>
মই ওপৰোক্ত চৰ্তাৱলী গ্ৰহণ কৰিছোঁ।
অনুগ্ৰহ কৰি ব্যৱহাৰকৰ্তাৰ অনুজ্ঞা-পত্ৰ চুক্তি (EULA) সমূহ ভালদৰে নিৰীক্ষণ কৰক।
এই চেচ্ আপ প্ৰক্ৰিয়াই মালিকানা চফটৱেৰ ইনস্তল কৰিব যিটো অনুজ্ঞা-পত্ৰৰ চৰ্তৰ অধীন বিষয় হ'ব।
যদি আপুনি চৰ্তাৱলী গ্ৰহণ নকৰে, চেত্ আপ প্ৰক্ৰিয়া চলাই যাব নোৱাৰিব।
এই চেত্ আপ প্ৰক্ৰিয়াই অতিৰিক্ত বৈশিষ্ট্য থকা সঁজুলি প্ৰদান কৰি ব্যৱহাৰকৰ্তাৰ অভিজ্ঞতা সংবৰ্দ্ধন কৰাৰ বাবে মালিকানা চফটৱেৰ ইনস্তল কৰিব যিটো অনুজ্ঞা-পত্ৰৰ চৰ্তৰ অধীন বিষয় হ'ব।
যাদি আপুনি চৰ্তাৱলী নামানে, মালিকিস্ৱত্ত থকা চফ্টৱেৰ ইনস্তল নহব আৰু মুকলি উৎস বিকল্প ব্যৱহাৰ হ'ব।
LicenseViewStep
লাইচেন্ছ্
LicenseWidget
URL: %1
%1 is an untranslatable product name, example: Creative Audigy driver
<br/>%2ৰ দ্ৱাৰা <strong>%1 ড্ৰাইভাৰ</strong>
%1 is usually a vendor name, example: Nvidia graphics driver
<br/><font color="Grey">%2ৰ দ্ৱাৰা</font> <strong>%1 গ্ৰাফিক্চ্ ড্ৰাইভাৰ</strong>
<br/><font color="Grey">%2ৰ দ্ৱাৰা</font> <strong>%1 ব্ৰাউজাৰ প্লাগ ইন</strong>
<br/><font color="Grey">%2ৰ দ্ৱাৰা</font> <strong>%1 কোডেক</strong>
<br/><font color="Grey">%2ৰ দ্ৱাৰা</font> <strong>%1 পেকেজ</strong>
<br/><font color="Grey">%2ৰ দ্ৱাৰা</font> <strong>%1</strong>
ফাইল: %1
লাইচেন্ছ্ টেক্স্ট্ দেখাওক
লাইচেন্ছ্ চুক্তি ব্ৰাউজাৰত দেখাওক।
লাইচেন্ছ্ টেক্স্ট্ লুকাওক
LocalePage
চিছটেমৰ ভাষা %1লৈ সলনি কৰা হ'ব।
সংখ্যা আৰু তাৰিখ স্থানীয় %1লৈ সলনি কৰা হ'ব।
ক্ষেত্ৰ:
মন্ডল:
সলনি... (&C)
সময় জ'ন %1/%2লৈ সলনি কৰা হ'ল।<br/>
LocaleViewStep
অৱস্থান
LuksBootKeyFileJob
LUKS কি ফাইল কনফিগাৰ কৰক।
কোনো বিভাজনৰ বৰ্ণনা দিয়া নাই।
এনক্ৰিপছন থকা rootfs চেত্ আপত ত্ৰুটি
ৰুট বিভাজন %1 LUKS, কিন্তু পাসফ্রেজ ছেট কৰা হোৱা নাই।
%1 ৰুট বিভাজনৰ বাবে LUKS কি বনাৱ পৰা নগ'ল।
%1 বিভাজনত LUKS কি ফাইল কনফিগাৰ কৰিব পৰা নগ'ল।
MachineIdJob
মেচিন-আইডি সৃষ্টি কৰক।
কনফিগাৰেচন ত্ৰুটি
এইটো মেচিন-আইডিৰ বাবে কোনো মাউন্ট্ পইণ্ট্ট্ট্ ছেট কৰা নাই।
NetInstallPage
নাম
বিৱৰণ
নেটৱৰ্ক্ ইনস্তলেচন। (নিস্ক্ৰিয়: পেকেজ সুচী বিচাৰি পোৱা নগ'ল, আপোনাৰ নেটৱৰ্ক্ সংযোগ পৰীক্ষা কৰক)
নেটৱৰ্ক্ ইনস্তলেচন। (নিস্ক্ৰিয়: অকার্যকৰ গোটৰ তথ্য পোৱা গ'ল)
নেটৱৰ্ক্ ইনস্তলেচন। (নিস্ক্ৰিয়: ভুল কন্ফিগাৰেচন)
NetInstallViewStep
পেকেজ বাচনি
OEMPage
দল(&t):
<html><head/><body><p>দলৰ পৰিচয় লিখক। এইটো গন্তব্য চিছটেমত জমা থাকিব।</p></body></html>
<html><head/><body><h1>মূল ঊপকৰণ নিৰ্মাতা কনফিগাৰেচন.</h1> <p>গন্তব্য চিছটেম কনফিগাৰ কৰোতে Calamaresয়ে মূল ঊপকৰণ নিৰ্মাতা চেটিংস ব্যৱহাৰ কৰিব।</p></body></html>
OEMViewStep
মূল ঊপকৰণ নিৰ্মাতা কনফিগাৰেচন
মূল ঊপকৰণ নিৰ্মাতা গোট চিনক্তকাৰি <code>%1</code>লৈ নিৰূপণ কৰক।
PWQ
পাছৱৰ্ড বহুত ছুটি
পাছৱৰ্ড বহুত দীঘল
পাছৱৰ্ড বহুত দুৰ্বল
'%1' চেটিংস কৰোতে মেম'ৰী আৱন্টন ক্ৰুটি
মেম'ৰী আৱন্টন ক্ৰুটি
পাছৱৰ্ডটো পুৰণি পাছৱৰ্ডৰ লগত একে
পাছৱৰ্ডটো পেলিন্ড্ৰোম
পাছৱৰ্ডকেইটাৰ মাজত কেৱল lower/upper caseৰ পাৰ্থক্য আছে
পাছৱৰ্ডটো পুৰণি পাছৱৰ্ডৰ লগত যথেষ্ট একে
পাছৱৰ্ডটোত কিবা প্ৰকাৰে ব্যৱহাৰকাৰীৰ নাম আছে
পাছৱৰ্ডটোত কিবা প্ৰকাৰে ব্যৱহাৰকাৰীৰ আচল নামৰ কিবা শব্দ আছে
পাছৱৰ্ডটোত কিবা প্ৰকাৰে নিষিদ্ধ শব্দ আছে
পাছৱৰ্ডটোত %1টাতকৈ কম সংখ্যা আছে
পাছৱৰ্ডটোত বহুত কম সংখ্যাক সংখ্যা আছে
পাছৱৰ্ডটোত %1টাতকৈ কম uppercaseৰ বৰ্ণ আছে
পাছৱৰ্ডটোত বহুত কম সংখ্যাক কম uppercaseৰ বৰ্ণ আছে
পাছৱৰ্ডটোত %1টাতকৈ কম lowercaseৰ বৰ্ণ আছে
পাছৱৰ্ডটোত বহুত কম সংখ্যাক কম lowercaseৰ বৰ্ণ আছে
পাছৱৰ্ডটোত %1টাতকৈ কম non-alphanumeric বৰ্ণ আছে
পাছৱৰ্ডটোত বহুত কম সংখ্যাক কম non-alphanumeric বৰ্ণ আছে
পাছৱৰ্ডটোত %1টা বৰ্ণতকৈ ছুটি
পাছৱৰ্ডটো বহুত ছুটি
পাছৱৰ্ডটো পুৰণি পাছৱৰ্ডৰ লগত সংশ্লিষ্ট
পাছৱৰ্ডটোত %1টাতকৈ কম বৰ্ণ শ্ৰেণী আছে
পাছৱৰ্ডটোত থকা বৰ্ণ শ্ৰেণী যথেষ্ট নহয়
পাছৱৰ্ডটোত %1বাৰতকৈ বেছি একে বৰ্ণ উপর্যুপৰি আছে
পাছৱৰ্ডটোত একে বৰ্ণ উপর্যুপৰি বহুতবাৰ আছে
পাছৱৰ্ডটোত %1বাৰতকৈ একে বৰ্ণ শ্ৰেণীৰ বৰ্ণ উপর্যুপৰি বহুতবাৰ আছে
পাছৱৰ্ডটোত একে বৰ্ণ শ্ৰেণীৰ বৰ্ণ উপর্যুপৰি বহুতো আছে
পাছৱৰ্ডটোত %1তকৈ বেছি ম'ন'টনিক চিকুৱেন্স্ আছে
পাছৱৰ্ডটোত বহুত দীঘল ম'ন'টনিক চিকুৱেন্স্ বৰ্ণ আছে
কোনো পাছৱৰ্ড্ দিয়া নাই
RNG ডেভাইচৰ পৰা কোনো ৰেণ্ডম সংখ্যা পোৱা নগ'ল
পাছৱৰ্ড্ বনোৱা কাৰ্য্য বিফল হ'ল - চেটিংসৰ বাবে আৱশ্যক এন্ট্ৰ'পী বহুত কম আছে
পাছৱৰ্ডটো অভিধানৰ পৰীক্ষণত বিফল হ'ল - %1
পাছৱৰ্ডটো অভিধানৰ পৰীক্ষণত বিফল হ'ল
অজ্ঞাত ছেটিংস - %1
অজ্ঞাত ছেটিংস
ছেটিংসৰ বেয়া পুৰ্ণ সংখ্যা মান - %1
বেয়া পুৰ্ণ সংখ্যা মান
চেটিংস্ %1 পূৰ্ণাংক নহয়
চেটিংস্ পূৰ্ণাংক নহয়
চেটিংস্ %1 স্ট্ৰিং নহয়
চেটিংস্ স্ট্ৰিং নহয়
কন্ফিগাৰেচন ফাইল খোলাত বিফল হ'ল
কন্ফিগাৰেচন ফাইলটো বেয়া
গভীৰ বিফলতা
অজ্ঞাত ক্ৰুটি
খালী পাছৱৰ্ড
PackageChooserPage
ৰূপ
পণ্যৰ নাম
TextLabel
পণ্যৰ দীঘল বিৱৰণ
পেকেজ নিৰ্বাচন
সুচীৰ পৰা পণ্য এটা বাচনি কৰক। বাচনি কৰা পণ্যটো ইনস্তল হ'ব।
PackageChooserViewStep
পেকেজ
Page_Keyboard
ৰূপ
কিবোৰ্ড মডেল:
আপোনাৰ কিবোৰ্ড পৰীক্ষা কৰিবলৈ ইয়াত টাইপ কৰক
Page_UserSetup
ৰূপ
আপোনাৰ নাম কি?
লগইনত আপোনি কি নাম ব্যৱহাৰ কৰিব বিচাৰে?
আপোনাৰ একাউণ্ট সুৰক্ষিত ৰাখিবলৈ পাছৱৰ্ড এটা বাছনি কৰক।
<small>একে পাছৱৰ্ড দুবাৰ লিখক, যাতে লিখন ক্ৰুটিৰ পৰীক্ষণ কৰিব পৰা যায়। এটা ভাল পাছৱৰ্ডত বৰ্ণ, সংখ্যা আৰু punctuationৰ মিশ্ৰণ থাকে, অতি কমেও আঠটা বৰ্ণ থাকিব লাগে আৰু নিয়মিত সমযৰ ব্যৱধানত সলনি কৰি থাকিব লাগে।</small>
এইটো কম্পিউটাৰৰ নাম কি?
আপোনাৰ সম্পূৰ্ণ নাম
লগইন
<small>যদি আপুনি আপোনাৰ কম্পিউটাৰটো বেলেগে নেটৱৰ্কত প্ৰদৰ্শন কৰে এই নামটো ব্যৱহাৰ হ'ব।</small>
কম্পিউটাৰৰ নাম
পাছৱৰ্ড
পাছৱৰ্ড পুনৰ লিখক।
এই বাকচটো চিহ্নিত কৰিলে পাছ্ৱৰ্ডৰ প্ৰৱলতা কৰা হ'ব আৰু আপুনি দুৰ্বল পাছৱৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব।
শক্তিশালী পাছৱৰ্ডৰ আৱশ্যক।
কোনো পাছৱৰ্ড নোসোধাকৈ স্ৱত:পূৰ্ণ লগ্ইন কৰক।
প্ৰশাসনীয় একাউন্টৰ বাবে একে পাছৱৰ্ড্ ব্যৱহাৰ কৰক।
প্ৰশাসনীয় একাউন্টৰ বাবে পাছৱৰ্ড এটা বাছনি কৰক।
<small>একে পাছৱৰ্ড দুবাৰ লিখক, যাতে লিখাত ক্ৰুটি আছে নেকি পৰীক্ষা কৰিব পাৰে।</small>
PartitionLabelsView
মূল
ঘৰ
বুত্
ই এফ আই (EFI) চিছটেম
স্ৱেপ
%1 ৰ বাবে নতুন বিভাজন
নতুন বিভাজন
size[number] filesystem[name]
%1 %2
PartitionModel
খালী ঠাই
নতুন বিভাজন
নাম
ফাইল চিছটেম
মাউন্ট পইন্ট
আয়তন
PartitionPage
ৰূপ
স্তোৰেজ ডিভাইচ (&v):
সকলো সলনি আগৰ দৰে কৰক (&R)
নতুন বিভাজন তালিকা (&T)
বনাওক (&a)
সম্পাদনা কৰক (&E)
বিলোপ কৰক (&D)
নতুন ভলিউম্ গোট
ভলিউম্ গোটৰ আকাৰ সলনি কৰক
ভলিউম্ গোট নিস্ক্ৰিয় কৰক
ভলিউম্ গোট বিলোপ কৰক
বুট লোডাৰ ইনস্তল কৰক (&I):
আপুনি নিশ্চিতভাৱে %1ত নতুন তালিকা বনাব বিচাৰে নেকি?
নতুন বিভাজন বনাব নোৱৰি
%1ত থকা বিভাজন তালিকাত ইতিমধ্যে %2 মূখ্য বিভাজন আছে, আৰু একো যোগ কৰিব নোৱাৰিব। তাৰ সলনি এখন মূখ্য বিভাজন বিলোপ কৰক আৰু এখন প্ৰসাৰিত বিভাজন যোগ কৰক।
PartitionViewStep
চিছটেম তথ্য সংগ্ৰহ কৰা হৈ আছে।
বিভাজনসমুহ
%1ক বেলেগ এটা অপাৰেটিং চিছটেমৰ <strong>লগত </strong>ইনস্তল কৰক।
ডিস্কত থকা সকলো ডাটা <strong>আতৰাওক</strong> আৰু %1 ইনস্তল কৰক।
এখন বিভাজন %1ৰ লগত <strong>সলনি</strong> কৰক।
<strong>মেনুৱেল</strong> বিভাজন।
%1ক <strong>%2</strong>(%3)ত ডিস্কত থকা বেলেগ অপাৰেটিং চিছটেমৰ <strong>লগত</strong> ইনস্তল কৰক।
<strong>%2</strong> (%3)ডিস্কত থকা সকলো ডাটা <strong>আতৰাওক</strong> আৰু %1 ইনস্তল কৰক।
<strong>%2</strong> (%3) ডিস্কত এখন বিভাজন %1ৰ লগত <strong>সলনি</strong> কৰক।
<strong>%1</strong> (%2) ডিস্কত <strong>মেনুৱেল</strong> বিভাজন।
ডিস্ক্ <strong>%1</strong> (%2)
বর্তমান:
পিছত:
কোনো EFI চিছটেম বিভাজন কনফিগাৰ কৰা হোৱা নাই
%1 আৰম্ভ কৰিবলৈ এটা EFI চিছটেম থকাটো আৱশ্যক। <br/><br/>এটা EFI চিছটেম কন্ফিগাৰ কৰিবলৈ উভতি যাওক আৰু FAT32 ফাইল চিছটেম এটা বাচনি কৰক যিটোত <strong>esp</strong> ফ্লেগ সক্ষম হৈ আছে আৰু <strong>%2</strong> মাউন্ট্ পইণ্ট্ আছে।<br/><br/>আপুনি EFI চিছটেমবিভাজন কন্ফিগাৰ নকৰাকৈ অগ্ৰসৰ হ'ব পাৰে কিন্তু ইয়াৰ ফলত চিছটেম বিফল হ'ব পাৰে।
EFI চিছটেম বিভাজনত ফ্লেগ চেট কৰা নাই
%1 আৰম্ভ কৰিবলৈ এটা EFI চিছটেম থকাটো আৱশ্যক। %2 মাউন্ট্ পইন্ট্ নোহোৱকৈ কন্ফিগাৰ কৰা হৈছিল, কিন্তু ইয়াৰ esp ফ্লেগ ছেট কৰা হোৱা নাই। ফ্লেগ্ ছেট কৰিবলৈ উভতি যাওক আৰু বিভাজন সলনি কৰক। আপুনি ফ্লেগ ছেট নকৰাকৈ অগ্ৰসৰ হ'ব পাৰে কিন্তু ইয়াৰ ফলত চিছটেম বিফল হ'ব পাৰে।
বুত্ বিভাজন এনক্ৰিপ্ট নহয়
এনক্ৰিপ্টেড ৰুট বিভাজনৰ সৈতে এটা বেলেগ বুট বিভাজন চেত্ আপ কৰা হৈছিল, কিন্তু বুট বিভাজন এনক্ৰিপ্টেড কৰা হোৱা নাই। <br/><br/>এইধৰণৰ চেত্ আপ সুৰক্ষিত নহয় কাৰণ গুৰুত্ব্পুৰ্ণ চিছটেম ফাইল আন্এনক্ৰিপ্টেড বিভাজনত ৰখা হয়। <br/>আপুনি বিচাৰিলে চলাই থাকিব পাৰে কিন্তু পিছ্ত চিছটেম আৰম্ভৰ সময়ত ফাইল চিছটেম খোলা যাব। <br/>বুট বিভাজন এনক্ৰিপ্ট কৰিবলৈ উভতি যাওক আৰু বিভাজন বনোৱা windowত <strong>Encrypt</strong> বাচনি কৰি আকৌ বনাওক।
অতি কমেও এখন ডিস্ক্ উপলব্ধ আছে।
ইনস্তল কৰিবলৈ কোনো বিভাজন নাই।
PlasmaLnfJob
প্লজমা Look-and-Feel কাৰ্য্য
কেডিই প্লাজ্মা Look-and-Feel পেকেজ বাচনি কৰিব পৰা নগ'ল
PlasmaLnfPage
ৰূপ
অনুগ্ৰহ কৰি কেডিই প্লজ্মা ডেক্সটপৰ বাবে এটা look-and-feel বাচনি কৰে। আপুনি এতিয়াৰ বাবে এইটো পদক্ষেপ এৰি থব পাৰে আৰু চিছটেম স্থাপন কৰাৰ পিছতো look-and-feel কন্ফিগাৰ কৰিব পাৰে। look-and-feel বাচনি এটাত ক্লিক্ কৰিলে ই আপোনাক live preview দেখুৱাব।
অনুগ্ৰহ কৰি কেডিই প্লজ্মা ডেক্সটপৰ বাবে এটা look-and-feel বাচনি কৰে। আপুনি এতিয়াৰ বাবে এইটো পদক্ষেপ এৰি থব পাৰে আৰু চিছটেম ইনস্তল কৰাৰ পিছতো look-and-feel কন্ফিগাৰ কৰিব পাৰে। look-and-feel বাচনি এটাত ক্লিক্ কৰিলে ই আপোনাক live preview দেখুৱাব।
PlasmaLnfViewStep
Look-and-Feel
PreserveFiles
ফাইল পিছৰ বাবে জমা কৰি আছে ...
পিছলৈ জমা ৰাখিব কোনো ফাইল কন্ফিগাৰ কৰা হোৱা নাই।
কন্ফিগাৰ কৰা গোটেই ফাইল জমা ৰাখিব নোৱৰি।
ProcessResult
কমান্ডৰ পৰা কোনো আউটপুট পোৱা নগ'ল।
আউটপুট
বাহ্যিক কমান্ড ক্ৰেছ্ কৰিলে।
<i>%1</i> কমান্ড ক্ৰেছ্ কৰিলে।
বাহ্যিক কমান্ড আৰম্ভ হোৱাত বিফল হ'ল।
<i>%1</i> কমান্ড আৰম্ভ হোৱাত বিফল হ'ল।
কমান্ড আৰম্ভ কৰাৰ সময়ত আভ্যন্তৰীণ ক্ৰুটি।
প্ৰক্ৰিয়া কাৰ্য্যৰ বাবে বেয়া মান।
বাহ্যিক কমান্ড সমাপ্ত কৰাত বিফল হ'ল।
<i>%1</i> কমান্ড সমাপ্ত কৰাত %2 ছেকেণ্ডত বিফল হ'ল।
বাহ্যিক কমান্ড ক্ৰটিৰ সৈতে সমাপ্ত হ'ল।
<i>%1</i> কমান্ড %2 এক্সিড্ কোডৰ সৈতে সমাপ্ত হ'ল।
QObject
ডিফল্ট্ কিবোৰ্ড মডেল
ডিফল্ট্
অজ্ঞাত
প্ৰসাৰিত
ফৰমেট কৰা হোৱা নাই
স্ৱেপ
বিভাজন নকৰা খালী ঠাই অথবা অজ্ঞাত বিভজন তালিকা
(কোনো মাউন্ট পইন্ট নাই)
<i>%1</i> মডিউল পৰীক্ষণৰ বাবে আৱশ্যকতাবোৰ সম্পূৰ্ণ হ'ল।
language[name] (country[name])
%1 (%2)
কোনো পণ্য নাই
একো বিৱৰণি দিয়া হোৱা নাই।
ফাইল বিচাৰি পোৱা নাই
<pre>%1</pre> পথটো পূৰ্ণ পথ নহয়।
<pre>%1</pre> ৰেন্ডম ফাইল বনাব পৰা নগ'ল।
<pre>%1</pre> ৰেন্ডম ফাইল পঢ়িব পৰা নগ'ল।
RemoveVolumeGroupJob
%1 নামৰ ভলিউম্ গোট বিলোপ কৰক।
<strong>%1</strong> নামৰ ভলিউম্ গোট বিলোপ কৰক।
ইনস্তলটো %1 নামৰ নতুন ভলিউম্ গোট বিলোপ কৰাত বিফল হ'ল।
ReplaceWidget
ৰূপ
%1 ক'ত ইনস্তল লাগে বাচনি কৰক।<br/> <font color="red">সকীয়নি: ইয়ে বাচনি কৰা বিভাজনৰ সকলো ফাইল বিলোপ কৰিব।
বাচনি কৰা বস্তুটো এটা বৈধ বিভাজন নহয়।
%1 খালী ঠাইত ইনস্তল কৰিব নোৱাৰি। উপস্থিতি থকা বিভাজন বাচনি কৰক।
%1 প্ৰসাৰিত ঠাইত ইনস্তল কৰিব নোৱাৰি। উপস্থিতি থকা মূখ্য বা লজিকেল বিভাজন বাচনি কৰক।
এইখন বিভাজনত %1 ইনস্তল কৰিব নোৱাৰি।
ডাটা বিভাজন (%1)
অজ্ঞাত চিছটেম বিভাজন (%1)
%1 চিছটেম বিভাজন (%2)
<strong>%4</strong><br/><br/> %1 বিভাজনটো %2ৰ বাবে যথেষ্ট সৰু। অনুগ্ৰহ কৰি অতি কমেও %3 GiB সক্ষমতা থকা বিভাজন বাচনি কৰক।
<strong>%2</strong><br/><br/>এইটো চিছটেমৰ ক'তো এটা EFI চিছটেম বিভাজন বিচাৰি পোৱা নগ'ল। অনুগ্ৰহ কৰি উভতি যাওক আৰু %1 চেত্ আপ কৰিব মেনুৱেল বিভাজন ব্যৱহাৰ কৰক।
<strong>%3</strong><br/><br/> %1 %2ত ইনস্তল হ'ব। <br/><font color="red">সকীয়নি: </font>%2 বিভাজনত থকা গোটেই ডাটা বিলোপ হৈ যাব।
%1 ত থকা EFI চিছটেম বিভাজনটো %2 আৰম্ভ কৰাৰ বাবে ব্যৱহাৰ কৰা হ'ব।
EFI চিছটেম বিভাজন:
ResizeFSJob
ফাইল চিছটেম কাৰ্য্যৰ আয়তন পৰিৱৰ্তন কৰক
অকার্যকৰ কন্ফিগাৰেশ্ৱন
ফাইল চিছটেমটোৰ আয়তন পৰিৱৰ্তন কাৰ্য্যৰ এটা অকার্যকৰ কন্ফিগাৰেশ্ৱন আছে আৰু সেইটো নচলিব।
KPMCore ঊপলব্ধ নহয়
ফাইল চিছটেমৰ আয়তন সলনি কৰিবলৈ Calamaresয়ে KPMCore আৰম্ভ নোৱাৰিলে।
আয়তন পৰিৱৰ্তন কাৰ্য্য বিফল হ'ল
এইটো চিছটেমত %1 ফাইল চিছটেম বিছাৰি পোৱা নগ'ল আৰু সেইটোৰ আয়তন সলনি কৰিব নোৱাৰি।
এইটো চিছটেমত %1 ডিভাইচ বিছাৰি পোৱা নগ'ল আৰু সেইটোৰ আয়তন সলনি কৰিব নোৱাৰি।
%1 ফাইল চিছটেমটোৰ আয়তন সলনি কৰিব নোৱাৰি।
%1 ডিভাইচটোৰ আয়তন সলনি কৰিব নোৱাৰি।
%1 ফাইল চিছটেমটোৰ আয়তন সলনি কৰিব লাগে, কিন্তু কৰিব নোৱাৰি।
%1 ডিভাইচটোৰ আয়তন সলনি কৰিব লাগে, কিন্তু কৰিব নোৱাৰি।
ResizePartitionJob
%1 বিভাজনৰ আয়তন সলনি কৰক।
<strong>%2MiB</strong> আয়তনৰ <strong>%1</strong> বিভাজনৰ আয়তন সলনি কৰি <strong>%3MiB</strong> কৰক।
%2MiB ৰ %1 বিভাজনৰ আয়তন সলনি কৰি %3 কৰি আছে।
ইনস্তলাৰটো '%2' ডিস্কত %1 বিভাজনৰ আয়তন সলনি কৰাত বিফল হ'ল।
ResizeVolumeGroupDialog
ভলিউম্ গোটৰ আকাৰ সলনি কৰক
ResizeVolumeGroupJob
%1 নামৰ ভলিউম্ গোটটোৰ আয়তন %2ৰ পৰা %3লৈ সলনি কৰক।
<strong>%1</strong> নামৰ ভলিউম্ গোটটোৰ আয়তন <strong>%2</strong>ৰ পৰা <strong>%3</strong>লৈ সলনি কৰক।
ইনস্তলাৰটো %1 নামৰ ভলিউম্ গোটটোৰ আয়তন সলনি কৰাত বিফল হ'ল।
ResultsListDialog
উত্কৃষ্ট ফলাফলৰ বাবে অনুগ্ৰহ কৰি নিশ্চিত কৰক যে এইটো কম্পিউটাৰ হয়:
চিছটেমৰ আৱশ্যকতাবোৰ
ResultsListWidget
%1 চেত্ আপৰ বাবে নিম্নতম আৱশ্যকতা এই কম্পিউটাৰটোৱে পূৰ্ণ নকৰে। <br/>স্থাপন প্ৰক্ৰিয়া অবিৰত ৰাখিব নোৱাৰিব। <a href="#details">বিৱৰণ...</a>
%1 ইনস্তলচেনৰ বাবে নিম্নতম আৱশ্যকতা এই কম্পিউটাৰটোৱে পূৰ্ণ নকৰে। <br/>ইনস্তলচেন প্ৰক্ৰিয়া অবিৰত ৰাখিব নোৱাৰিব। <a href="#details">বিৱৰণ...</a>
%1 চেত্ আপৰ বাবে পৰামৰ্শ দিয়া আৱশ্যকতা এই কম্পিউটাৰটোৱে পূৰ্ণ নকৰে। <br/>স্থাপন প্ৰক্ৰিয়া অবিৰত ৰাখিব পাৰিব, কিন্তু কিছুমান সুবিধা নিষ্ক্রিয় হৈ থাকিব।
%1 ইনস্তলচেনৰ বাবে পৰামৰ্শ দিয়া আৱশ্যকতা এই কম্পিউটাৰটোৱে পূৰ্ণ নকৰে। ইনস্তলচেন অবিৰত ৰাখিব পাৰিব, কিন্তু কিছুমান সুবিধা নিষ্ক্রিয় হৈ থাকিব।
এইটো প্ৰগ্ৰেমে অপোনাক কিছুমান প্ৰশ্ন সুধিব আৰু অপোনাৰ কম্পিউটাৰত %2 স্থাপন কৰিব।
ScanningDialog
স্টোৰেজ্ ডিভাইচ স্কেন কৰি আছে...
বিভাজন কৰি আছে
SetHostNameJob
%1 হোস্ট্ নাম চেত্ কৰক
<strong>%1</strong> হোস্ট্ নাম চেত্ কৰক।
%1 হোস্ট্ নাম চেত্ কৰি আছে।
আভ্যন্তৰিণ ক্ৰুটি
গন্তব্য চিছটেমত হোষ্ট নাম লিখিব নোৱাৰিলে
SetKeyboardLayoutJob
কিবোৰ্ডৰ মডেল %1 চেত্ কৰক, বিন্যাস %2-%3
ভাৰচুৱেল কনচ'লৰ বাবে কিবোৰ্ড কন্ফিগাৰেচন লিখাত বিফল হ'ল।
%1 ত লিখাত বিফল হ'ল
কিবোৰ্ড কন্ফিগাৰেচন X11 ৰ কাৰণে লিখাত বিফল হ'ল।
উপস্থিত থকা /etc/default ডিৰেক্টৰিত কিবোৰ্ড কন্ফিগাৰেচন লিখাত বিফল হ'ল।
SetPartFlagsJob
%1 বিভাজনত ফ্লেগ চেত্ কৰক।
%1MiB ৰ %2 বিভাজনত ফ্লেগ চেত্ কৰক।
নতুন বিভাজনত ফ্লেগ চেত্ কৰক।
<strong>%1</strong> বিভাজনত ফ্লেগ আতৰাওক।
%1MiB ৰ <strong>%2</strong> বিভাজনৰ ফ্লেগবোৰ আতৰাওক।
%1MiBৰ <strong>%2</strong> বিভাজনত <strong>%3</strong> ফ্লেগ লগাওক।
%1MiB ৰ <strong>%2</strong> বিভাজনৰ ফ্লেগবোৰ আতৰ কৰি আছে।
%1MiBৰ <strong>%2</strong> বিভাজনত <strong>%3</strong> ফ্লেগ লগাই আছে।
নতুন বিভাজনৰ ফ্লেগ আতৰাওক।
<strong>%1</strong> বিভাজনত <strong>%2</strong>ৰ ফ্লেগ লগাওক।
নতুন বিভাজনত <strong>%1</strong>ৰ ফ্লেগ লগাওক।
<strong>%1</strong> বিভাজনৰ ফ্লেগ আতৰাই আছে।
নতুন বিভাজনৰ ফ্লেগ আতৰাই আছে।
<strong>%1</strong> বিভাজনত <strong>%2</strong> ফ্লেগ লগাই আছে।
নতুন বিভাজনত <strong>%1</strong> ফ্লেগ লগাই আছে।
ইনস্তলাৰটো %1 বিভাজনত ফ্লেগ লগোৱাত বিফল হ'ল।
SetPasswordJob
%1 ব্যৱহাৰকাৰীৰ বাবে পাছ্ৱৰ্ড চেত্ কৰক
%1 ব্যৱহাৰকাৰীৰ বাবে পাছ্ৱৰ্ড চেত্ কৰি আছে।
গন্তব্যস্থানৰ চিছটেমৰ পথ বেয়া।
ৰূট মাঊন্ট পইন্ট্ %1
ৰূট একাঊন্ট নিস্ক্ৰিয় কৰিব নোৱাৰি।
%1 ক্ৰুটি কোডৰ সৈতে পাছৱৰ্ড সমাপ্তি হ'ল।
%1 ব্যৱহাৰকাৰীৰ পাছ্ৱৰ্ড চেত্ কৰিব নোৱাৰি।
%1 ক্ৰুটি চিহ্নৰ সৈতে ইউজাৰম'ড সমাপ্ত হ'ল।
SetTimezoneJob
%1/%2 টাইমজ'ন চেত্ কৰক
বাচনি কৰা টাইমজ'ন পথত যাব নোৱাৰি।
বেয়া পথ: %1
টাইমজ'ন চেত্ কৰিব নোৱাৰি।
লিংক বনোৱাত বিফল হ'ল, গন্তব্য স্থান: %1; লিংকৰ নাম: %2
টাইমজ'ন চেত্ কৰিব নোৱাৰি,
/etc/timezone ত লিখিব খুলিব নোৱাৰি
ShellProcessJob
ছেল প্ৰক্ৰিয়াবোৰৰ কাৰ্য্য
SlideCounter
slide counter, %1 of %2 (numeric)
%L1 / %L2
SummaryPage
চেত্ আপ প্ৰক্ৰিয়া হ'লে কি হ'ব এয়া এটা অৱলোকন।
ইনস্তল প্ৰক্ৰিয়া হ'লে কি হ'ব এয়া এটা অৱলোকন।
SummaryViewStep
সাৰাংশ
TrackingInstallJob
ইনস্তল সম্বন্ধীয় প্ৰতিক্ৰিয়া
ইন্স্তল সম্বন্ধীয় প্ৰতিক্ৰিয়া পঠাই আছে।
ইন্স্তল-ক্ৰুটিৰ আভ্যন্তৰীণ ক্ৰুটি।
HTTP ৰিকুৱেস্টৰ সময় উকলি গ'ল।
TrackingMachineNeonJob
মেচিন সম্বন্ধীয় প্ৰতিক্ৰীয়া
মেচিন সম্বন্ধীয় প্ৰতিক্ৰীয়া কনফিগাৰ কৰি আছে।
মেচিন সম্বন্ধীয় প্ৰতিক্ৰীয়াৰ কনফিগাৰেচনৰ ক্ৰুটি।
মেচিনৰ প্ৰতিক্ৰিয়া ঠাকভাৱে কন্ফিগাৰ কৰিব পৰা নগ'ল, লিপি ক্ৰুটি %1।
মেচিনৰ প্ৰতিক্ৰিয়া ঠাকভাৱে কন্ফিগাৰ কৰিব পৰা নগ'ল, Calamares ক্ৰুটি %1।
TrackingPage
ৰূপ
প্লেচহোল্ডাৰ
<html><head/><body><p>এইটো বাচনি কৰি, ইনস্তলচেনৰ বিষয়ে <span style=" font-weight:600;">মুঠতে একো তথ্য</span> আপুনি নপঠায়।</p></body></html>
<html><head/><body><p><a href="placeholder"><span style=" text-decoration: underline; color:#2980b9;">ব্যৱহাৰকাৰীৰ অধিক তথ্য পাবলৈ ইয়াত ক্লিক কৰক</span></a></p></body></html>
ইনস্তলচেন ট্ৰেকিংয়ে %1 কিমান ব্যৱহাৰকাৰী আছে, তেওলোকে কি কি হাৰ্ডৱেৰত %1 ইনস্তল কৰিছে আৰু (তলৰ দুটা বিকল্পৰ লগত), পছন্দৰ এপ্লিকেচনৰ তথ্য নিৰন্তৰভাৱে পোৱাত সহায় কৰে। কি পঠাব জানিবলৈ অনুগ্ৰহ কৰি প্ৰত্যেক ক্ষেত্ৰৰ পিছৰ HELP আইকণত ক্লিক্ কৰক।
এইটো বাচনি কৰি আপুনি ইনস্তলচেন আৰু হাৰ্ডৱেৰৰ বিষয়ে তথ্য পঠাব। ইনস্তলচেনৰ পিছত <b>এই তথ্য এবাৰ পঠোৱা হ'ব</b>।
এইটো বাচনি কৰি আপুনি ইনস্তলচেন, হাৰ্ডৱেৰ আৰু এপ্লিকেচনৰ বিষয়ে <b>সময়ে সময়ে</b> %1লৈ তথ্য পঠাব।
এইটো বাচনি কৰি আপুনি ইনস্তলচেন, হাৰ্ডৱেৰ, এপ্লিকেচন আৰু ব্যৱহাৰ পেটাৰ্ণৰ বিষয়ে <b>নিয়মিতভাৱে</b> %1লৈ তথ্য পঠাব।
TrackingViewStep
প্ৰতিক্ৰিয়া
UsersPage
<small>যদি এটাতকৈ বেছি ব্যক্তিয়ে এইটো কম্পিউটাৰ ব্যৱহাৰ কৰে, আপুনি চেত্ আপৰ পিছত বহুতো একাউন্ট বনাব পাৰে।</small>
<small>যদি এটাতকৈ বেছি ব্যক্তিয়ে এইটো কম্পিউটাৰ ব্যৱহাৰ কৰে, আপুনি ইনস্তলচেনৰ পিছত বহুতো একাউন্ট বনাব পাৰে।</small>
আপোনাৰ ইউজাৰ নাম বহুত দীঘল।
আপোনাৰ ব্যৱহাৰকাৰী নাম lowercase বৰ্ণ বা underscoreৰে আৰম্ভ হ'ব লাগিব।
কেৱল lowercase বৰ্ণ, সংখ্যা, underscore আৰু hyphenৰ হে মাত্ৰ অনুমতি আছে।
কেৱল বৰ্ণ, সংখ্যা, underscore আৰু hyphenৰ হে মাত্ৰ অনুমতি আছে।
আপোনাৰ হ'স্ট্ নাম বহুত ছুটি।
আপোনাৰ হ'স্ট্ নাম বহুত দীঘল।
আপোনাৰ পাছৱৰ্ডকেইটাৰ মিল নাই!
UsersViewStep
ব্যৱহাৰকাৰীসকল
VariantModel
কি
মান
VolumeGroupBaseDialog
ভলিউম্ গোট
ফিজিকেল ভলিউমবোৰৰ সুচী
ভলিউম্ গোটৰ নাম:
ভলিউম্ গোটৰ প্ৰকাৰ:
ফিজিকেল ডিস্কৰ আয়তন সীমা:
MiB
মুঠ আয়তন:
ব্যৱহাৰ কৰা আয়তন:
মুঠ চেক্টৰবোৰ:
LVবোৰৰ সংখ্যা:
WelcomePage
ৰূপ
এপ্লিকেচন আৰু চিছটেম ভাষা বাচনি কৰক
দান কৰা ৱেবচাইট খোলক
দান কৰক (&D)
সহায় আৰু সমৰ্থন কৰা ৱেবচাইট খোলক
সমস্যা আৰু ক্ৰুটি অনুসৰণৰ ৱেবচাইট খোলক
মুক্তি টোকাৰ ৱেবচাইট খোলক
মুক্তি টোকা (&R)
জ্ঞাত সমস্যা (&K)
সমৰ্থন (&S)
সম্পর্কে (&A)
<h1>%1 ইনস্তলাৰলৈ স্ৱাগতম জনাইছো।</h1>
<h1>%1 ৰ কাৰণে Calamares ইনস্তলাৰলৈ স্ৱাগতম জনাইছো।</h1>
<h1>%1 ৰ কাৰণে Calamares চেত্ আপ প্ৰগ্ৰামলৈ স্ৱাগতম জনাইছো।</h1>
<h1> %1 চেত্ আপ প্ৰগ্ৰামলৈ স্ৱাগতম জনাইছো।</h1>
%1 চেত্ আপ প্ৰগ্ৰামৰ বিষয়ে
%1 ইনস্তলাৰৰ বিষয়ে
<h1>%1</h1><br/><strong>%2<br/>ৰ বাবে %3</strong><br/><br/> মালিকিস্বত্ত 2014-2017 Teo Mrnjavac <teo@kde.org><br/>মালিকিস্বত্ত 2017-2019 Adriaan de Groot <groot@kde.org><br/><a href="https://calamares.io/team/">Calamares দল</a> আৰু <a href="https://www.transifex.com/calamares/calamares/">Calamares অনুবাদক দল</a>ক ধন্যবাদ জনাইছো।<br/><br/><a href="https://calamares.io/">Calamares</a>ৰ বিকাশ<br/><a href="http://www.blue-systems.com/">Blue Systems</a>- Liberating Softwareৰ দ্বাৰা প্ৰযোজিত।
%1 সমৰ্থন
WelcomeViewStep
স্ৱাগতম